Xei Je Mur Axomiya Kobita Bur
Thursday, 28 August 2014
হীৰুদা....
তোমাৰ
বাবে
তোমাৰ লগত
মোৰ চিনাকী
তোমাৰ
সুগন্ধি পখিলাৰে-
নানা ৰঙে
চুই গ'ল
মোৰ মুখত
মোৰ চুলিত....
সেইদিনাখন
মেঘেও উচুপিলে
মোৰ চকুৰ
লুতক হ'বলৈ-
তোমাক ল'গ
পোৱাৰ আগেয়ে
তুমি যে
গুছি গ'লা।
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment